শিৰোনামাৰ পৃষ্ঠা/প্ৰকাশকৰ পৃষ্ঠা
দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক—২০২৬
বাৰ্ষিক পাঠ “যিসকলে জানে যে তেওঁলোকক ঈশ্বৰৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে তেওঁলোক সুখী।”—মথি ৫:৩.
এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়।
যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহʼলে donate.jw.org লৈ যাওক।
ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ—নতুন জগত অনুবাদ আৰুপবিত্ৰ বাইবেলৰ (o.v.) পৰা লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰান্চলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ নামৰ ইংৰাজী বাইবেলৰ পৰা অনুবাদ কৰা হৈছে।
ছপা, আগষ্ট ২০২৫
Assamese (es26-AE)
© 2025
WATCH TOWER BIBLE AND TRACT SOCIETY OF PENNSYLVANIA